ৰঙিয়া মহাবিদ্যালয়ত সৃজনীমূলক লেখনি প্রতিযোগিতা...

ৰঙিয়া মহাবিদ্যালয়ত সৃজনীমূলক লেখনি প্রতিযোগিতা...
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়াঃ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ৰঙিয়া মহাবিদ্যালয়ত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰঙিয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগত গ্রন্থাগাৰিক দিৱস উপলক্ষে এই প্ৰতিযোগীতাৰ আযোজন কৰা হৈছে।

ছাত্র - ছাত্ৰীৰ শৈক্ষিক দিশটোৰ উৎকৰ্ষ সাধনৰ লগত সংগতি ৰাখি কবিতা, আৰু চুটিগল্পৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগীতাত কেৱল বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলেহে অংশগ্রহণ কৰিব পাৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

ৰঙিয়া মহাবিদ্যালয়ত সৃজনীমূলক লেখনি প্রতিযোগিতা...
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in