ৰঙিয়াৰ বালিসত্ৰত অঘটন। আবেলি পুখুৰীত গা ধুই থাকোতে সন্ধানহীন এজন যুৱক। যুৱকজন ৩০ বছৰীয়া মিন্টু নমঃসুদ্ৰ। স্থানীয় যুৱকৰ সৈতে গা ধুবলৈ গৈছিল মিন্টু। এচডিআৰএফ ৰ সহযোগত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ।