পাভ বনাঞ্চলৰ কাষৰীয়া অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷বনাঞ্চলখনত বেদখলকাৰীৰ উচ্ছেদৰ পাছতেই আগমণ ঘটিছিল গঁড়ৰ উচ্ছেদ অভিযানৰ পাছত বেদখলকাৰী সকল পুনৰ উভতি অহাত মুখামুখি হয় গঁড়ৰ সৈতে ম'হঘুলীত আক্ৰমণ কৰে গঁড়টোৱে গঁড়ৰ আক্ৰমণত আহত এজন লোক .আৰু পঢ়ক : মিছন বসুন্ধৰা : পট্টা আবেদনত ব্যৰ্থ ৫৫ হেজাৰ পৰিয়াল