গহপুৰত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন

গহপুৰত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন
Published on
Updated on
  • গহপুৰ বড়িগাঁৱ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। 

  • AS01 JC 5781 নম্বৰৰ গেছ টেংকাৰ আৰু AS13 AC 2675 নম্বৰৰ ব'লেৰ পিকা ভানৰ মাজত মুখামুখি সংৰ্ঘষ।

  • দুৰ্ঘটনাটোত থিতাতে নিহত ব'লেৰ পিকআপখনৰ চালকজন।

  • দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়।

  • উল্লেখ্য যে ব'লেৰ পিকা আপ বাহনখনত শাক পাছলি ভৰ্তি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in