জু-ৰোডৰ উৰণ সেতুত অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটাৰ আৰোহীক...

জু-ৰোডৰ উৰণ সেতুত অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটাৰ আৰোহীক...
Published on
Updated on
  • পুনৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

  • জু-ৰোডৰ উৰণ সেতুত অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটাৰসহ আৰোহীক।

  • খুন্দা মাৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন।

  • সংকটজনক অৱস্থাত দুই স্কুটাৰ আৰোহীকে GMCHত ভৰ্তি কৰোৱা হয়।

  • স্কুটাৰখনৰ নম্বৰ AS-01 EZ 9657।

  • এম্বুলেন্স খবৰ দিয়া হৈছিল যদিও বহু সময়লৈ উপস্থিত নোহোৱাত প্রত্যক্ষদৰ্শীয়ে নিজৰ বাহনেৰে আহত ২জনক GMCHলৈ লৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in