ধন আত্মসাতৰ অভিযোগত আটক SBIৰ দিছপুৰ শাখাৰ উপ-প্ৰৱন্ধক...

ধন আত্মসাতৰ অভিযোগত আটক SBIৰ দিছপুৰ শাখাৰ উপ-প্ৰৱন্ধক...
Published on
Updated on
  • এছ বি আইৰ দিছপুৰ শাখাৰ উপ-প্ৰৱন্ধক আটক।‌

  • দিছপুৰ আৰক্ষীৰ দ্বাৰা আটকাধীন বেংক বিষয়াজনৰ নাম গুলেনুৰ হুছেইন।‌

  • ভৱধৰ দত্ত নামৰ অৱসৰপ্ৰাপ্ত এজন ডিআইজিৰ ২৬লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক বেংক বিষয়াজন।

  • শনিবাৰে সন্ধিয়া তেওঁক আটক কৰা হয় সাতগাঁৱৰ ছাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা।

  • উল্লেখ্য, অৱসৰপ্ৰাপ্ত ডিআইজিজনৰ এই বৃহৎ অংকৰ ধন আত্মসাৎ কৰোঁতে আটকাধীন গুলেনুৰ হুছেইন আছিল এছবিআইৰ বৰবাৰী শাখাৰ প্ৰৱন্ধক তথা মেনেজাৰ।

  • বৰ্তমান দিছপুৰ থানাত আৰক্ষীৰ তীব্ৰ জেৰাৰ সন্মুখীন হৈ আছে ধৃত বেংক বিষয়াজন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in