-
চিদলী সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ ইউ পি পি এলৰ ক'ৰ কমিটিৰ বৈঠক।
-
এই বৈঠকতে প্ৰায় নিশ্চিত কৰা হৈছে দলীয় প্ৰাৰ্থীৰ নাম।
-
শনিবাৰে দলটোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব চিদলীৰ প্ৰাৰ্থীৰ নাম।
-
ভিতৰুৱা এক সূত্ৰৰ খবৰ অনুসৰি, নিৰ্মল কুমা ব্ৰহ্ম হব পাৰে চিদলীৰ UPPLৰ প্ৰাৰ্থী।
-
চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে এক সূত্ৰই।
-
উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে দিনৰ ভাগত চিদলী সমষ্টিক লৈ মিত্ৰ দলৰ সন্মিলিত বৈঠক অনুষ্ঠিত হৈছিল।
-
এই সন্মিলনত বিজেপিৰ নেতৃত্বৰ পৰা অংশ লৈছিল মন্ত্ৰী অশোক সিংঘলে।
চিদলীত UPPLৰ প্ৰাৰ্থী হ'ব পাৰে নিৰ্মল কুমাৰ ব্ৰহ্ম!
চিদলীত UPPLৰ প্ৰাৰ্থী হ'ব পাৰে নিৰ্মল কুমাৰ ব্ৰহ্ম!
New Update