বুলড'জাৰ চলোৱা প্ৰতিটো পৰিয়ালক ২৫লাখকৈ ক্ষতিপূৰণ দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ...

বুলড'জাৰ চলোৱা প্ৰতিটো পৰিয়ালক ২৫লাখকৈ ক্ষতিপূৰণ দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ...

author-image
Asomiya Pratidin
New Update
বুলড'জাৰ চলোৱা প্ৰতিটো পৰিয়ালক ২৫লাখকৈ ক্ষতিপূৰণ দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ চৰকাৰ হঠকাৰী কিছু সিদ্ধান্ত আৰু নিৰ্দেশৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশ চৰকাৰে বিগত কেইটামান বছৰত উচ্ছেদৰ নামত বুলডজাৰ চলোৱা কাৰ্যক পূৰ্বৰে পৰাই বিৰোধিতা কৰি আহিছিল ন্যায়ালয়ে।

শেহতীয়াকৈ ন্যায়ালয়ে এই বিষয়টোক কঠোৰ ৰায় প্ৰদান কৰিছে। বুলডজাৰ চলোৱা ঘটনাক কঠোৰভাৱে সমালোচনা কৰি দেশৰ উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্ত লোকক ২৫লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহা তিনিজনীয়া বিচাৰপীঠে এই ৰায়দান কৰিছে।

উত্তৰ প্ৰদেশ