টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

২০২০ৰ টি-২০ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা।

টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলত থাকিব ক্ৰমে-

  • বিৰাট কোহলী (অধিনায়ক)
  • শিখৰ ধৱন
  • কে এল ৰাহুল
  • শ্ৰেয়াছ আয়াৰ
  • মনিষ পাণ্ডে
  • সঞ্জু ছেমছন
  • ৰিশ্বৱ পান্ট
  • শিৱম দুবে
  • ৱাই চহল
  • কুলদীপ যাদৱ
  • ৰবিন্দ্ৰ জাডেজা
  • শ্বাৰ্দুল ঠাকুৰ
  • নৱদীপ ছৈনী
  • যশপ্ৰীত বুমৰাহ
  • ৱাশ্বিংটন সুন্দৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in