১০৭ ৰানৰ ব্যৱৰ্ধানত দ্বিতীয়খন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়

১০৭ ৰানৰ ব্যৱৰ্ধানত দ্বিতীয়খন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়
  • দ্বিতীয়খন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়।
  • ১০৭ ৰানত বিজয় সাব্যস্ত ভাৰতৰ।
  • ৩ খন খেলৰ শৃংখলাত দুয়োটা দলে এখনকৈ খেলত জয়ী হৈছে।
  • নিৰ্ধাৰিত ৫০ অভাৰত ভাৰতে সংগ্ৰহ কৰিছিল ৫ উইকেটৰ বিনিময়ত ৩৮৭ ৰান।
  • ইফালে ৱেষ্ট ইণ্ডিজে ৪৩.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮০ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in