ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈ সুনীতা লাক্ৰাৰ অৱসৰ

ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈ সুনীতা লাক্ৰাৰ অৱসৰ
  • ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈ সুনীতা লাক্ৰাৰ অৱসৰ গ্ৰহণ।
  • মহিলা হকী দলৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ আছিল সুনীতা।
  • বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে খেৱুলৈ গৰাকীয়ে।
  • দীৰ্ঘ সময় ধৰি আঠুৰ আঘাতত ভুগি আছিল সুনীতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in