আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষীৰ গণনা আৰম্ভ

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষীৰ গণনা আৰম্ভ
Published on
Updated on
  • প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষীৰ গণনা আজিৰে পৰা আৰম্ভ।
  • উদ্যানখনৰ অগৰাতলী, কহঁৰা আৰু বাগৰি বনাঞ্চলৰ চাৰিটা জলাশয়ত চলিব গণনা ।
  • ১৫টা দলে চলাব এই পক্ষী গণনা৷
  • অগৰাতলী বনাঞ্চলৰ চহলা, কহঁৰা বনাঞ্চলৰ কেৰাচিং আৰু গৰৈমাৰী, বাগৰি বনাঞ্চলৰ ডোঙা জলাশয়ত এই গণনা প্ৰক্ৰিয়া আৰম্ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in