সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক : গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত

সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক : গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত
Published on
Updated on

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত। বুধবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাৰ ৫গৰাকী অভিযুক্তক সেনাই গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ নাম হৈছে- ৰৌফ আহমদ ৱানী,চৌকট আলী দাৰ,তৌফিক আহমেদ দাৰ,হিলাল আহমেদ মালিক আৰু ডেনিছ আহমেদ দাৰ। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে ৰখা সম্পৰ্কৰ অপৰাধত এই ৫ ধৃতক গ্ৰেপ্তাৰ কৰা হয় বুলি এগৰাকী সেনা বিষয়াই উল্লেখ কৰে।

ইয়াৰোপৰি উক্ত অপৰাধী কেইজনৰ পৰা ইতিমধ্যে বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰা বুলি সেনা বিষয়াগৰাকীয়ে মন্তব্য কৰে।

সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক : গ্ৰেপ্তাৰ ৫ জন অভিযুক্ত
উৎকোচ লৈ নিলম্বিত ৰে'ল বিষয়া কে সামান্থা ৰয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in