প্লাষ্টিকৰ চাউলৰ পিচত এইবাৰ কৃত্ৰিম নহৰু : নেপাল সীমান্তত জব্দ ১.৪ কুইণ্টল...

প্লাষ্টিকৰ চাউলৰ পিচত এইবাৰ কৃত্ৰিম নহৰু : নেপাল সীমান্তত জব্দ ১.৪ কুইণ্টল...
Published on
Updated on

ডিজিটেল ডেস্ক : ইটোৰ পিচত সিটো কৃত্ৰিম সামগ্ৰীৰে উপচি পৰিছে দেশৰ বজাৰ ! প্লাষ্টিক চাউলৰ পিচত এইবাৰ কৃত্ৰিম নহৰুৰে ভৰি পৰিছে বজাৰ।

চীন দেশৰ পৰা অহা এনে কৃত্ৰিম নহৰু সম্প্ৰতি ভাৰতৰ বজাৰত মেলি দিয়া হৈছে। নেপাল সীমান্তত শুল্ক বিভাগৰ অভিযানত জব্দ কৰা হৈছে নকল নহৰু।

ভাৰত- নেপাল সীমান্তৱৰ্তী উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত শুল্ক বিভাগে ১,৪০০ কুইণ্টল কৃত্ৰিম নহৰু জব্দ কৰাৰ কথা জানিব পৰা গৈছে। ইয়াৰ পাছতে কৃত্ৰিম সামগ্ৰীৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহে।

এইধৰণৰ নহৰু মানুহৰ স্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি বুলি দাবী কৰা হৈছে। সম্প্ৰতি এই ঘটনাই চিন্তিত কৰিছে দেশৰ স্বাস্থ্য বিভাগক।

প্লাষ্টিকৰ চাউলৰ পিচত এইবাৰ কৃত্ৰিম নহৰু : নেপাল সীমান্তত জব্দ ১.৪ কুইণ্টল...
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদত নিমগছ ৰোপন কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in