-
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ।
-
সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক।
-
আজি বিয়লিৰে পৰা কেজৰিৱালক তেওঁৰ বাসগৃহতে সোধাপোচা কৰিছিল ইডিৰ এটা দলে।
-
গ্ৰেপ্তাৰৰ পাছতে ইডিৰ মুখ্য কাৰ্যলয়লৈ নিয়া হৈছে কেজৰিৱালক।
-
আজি নিশাটো হয়তো ইডিৰ কাৰ্যালয়তে ৰখা হ'ব কেজৰিৱালক।
-
কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কৰ্মীৰ প্ৰতিবাদ।
-
কেজৰিৱালৰ মোবাইলকে ধৰি বিভিন্ন নথি-পত্ৰ আদি জব্দ।
-
কেজৰিৱালৰ গ্ৰেপ্তাৰত ৰাজনৈতিক উদ্দেশ্য লুকাই থকাৰ অভিযোগ আপৰ।
#WATCH | AAP leader Atishi says, "We have received news that ED has arrested Arvind Kejriwal... We have always said that Arvind Kejriwal will run the govt from jail. He will remain the CM of Delhi. We have filed a case in the Supreme Court. Our lawyers are reaching SC. We will… pic.twitter.com/XWQJ1D6ziR
— ANI (@ANI) March 21, 2024
Also Read: শ্ৰীনগৰত কৰ্মৰত চি আৰ পি এফ জোৱান স্বপন নাথৰ বিয়োগ