New Update
- ভোটগ্ৰহণৰ মাজতে ঝাৰখণ্ডত অঘটন।
- কৰ্তব্যৰত অৱস্থাতে গুলীৱিদ্ধ এজন চি আৰ পি এফ জোৱান
- ঝাৰখণ্ডৰ লাটেহাৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই অঘটন।
- তাতক্ষণিকভাৱে জোৱানগৰাকীক প্ৰেৰণ কৰা হয় চিকিতসালয়লৈ।
- বৰ্তমান জোৱানগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
- উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনত ৪৩টা সমষ্টিত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
- ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা ৮১ খন । ইয়াৰে ভিতৰত 44 খন অসংৰক্ষিত ।
- 28 খন এছ টিৰ বাবে আৰু 9 খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ।
- নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত 15 অক্টোবৰলৈকে মুঠ 2.6 কোটি ভোটাৰ আছে ।
- ইয়াৰে ভিতৰত 1.29 কোটি মহিলা আৰু 1.31 কোটি পুৰুষ ।
- আনহাতে, এই নিৰ্বাচনত 11.84 লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব।