গাড়ীৰ ভি আই পি নম্বৰ ল’বলৈ দিব লাগিব ১০ লাখৰো অধিক...

গাড়ীৰ ভি আই পি নম্বৰ ল’বলৈ দিব লাগিব ১০ লাখৰো অধিক...
Published on
Updated on

ডিজিটেল ডেস্ক : নিজৰ বাহনখনত পছন্দৰ নম্বৰপ্লেট লগাবলৈ এতিয়াৰে পৰা মহাৰাষ্ট্ৰৰ নাগৰিকে অধিক ধন ভৰিব লাগিব। ভি আই পি নম্বৰ হিচাপে পৰিচিত এনে নম্বৰৰ বাবদ ১৮ লাখপৰ্যন্ত বৃদ্ধি কৰা হৈছে মহাৰাষ্ট্ৰত।

উদাহৰণস্বৰূপে বহু লোকে ভি আই পি নম্বৰ হিচাপে ০০০১ নম্বৰটো বিচাৰে। এতিয়াৰে পৰা এইটো নম্বৰৰ বাবদ আদায় দিব লাগিব ৬ লাখ টকা।

বৰ্তমান মহাৰাষ্ট্ৰত ০০০১ নম্বৰৰ মাচুল ৩লাখ টকা। গতিকে এতিয়াৰে পৰা এই নিৰ্দিষ্ট নম্বৰটোৰ বাবে ভৰিব লাগিব ৬লাখপৰ্যন্ত টকা। তাৰোপৰি ৩ আৰু ২ চকীয়া বাহনৰ ভি আই পি নম্বৰৰ মাচুল ১লাখলৈ বৃদ্ধি কৰা হৈছে।

গাড়ীবিশেষে এই ভি আই পি নম্বৰৰ মাচুল ধাৰ্য কৰা হৈছে। যাৰ পূৰ্বৰ মূল্য ১২ লাখৰ ঠাইত ১৮ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

গাড়ীৰ ভি আই পি নম্বৰ ল’বলৈ দিব লাগিব ১০ লাখৰো অধিক...
অলচিকি লিপি গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা অসম চাওঁতালী সাহিত্য সভাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in