স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...
স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

Published on

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান। এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ ৪ গৰাকীকৈ আৰক্ষী বিষয়াই।

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা গৃহমন্ত্ৰীৰ অনুসন্ধানমূলক উৎকৃষ্টতা বঁটা লাভ কৰিছে অসমৰ এই চাৰিগৰাকী আৰক্ষী বিষয়াই। বঁটা লাভ কৰা আৰক্ষী বিষয়া কেইগৰাকী ক্ৰমে আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গাকিংকৰ কুমাৰ, আৰক্ষী পৰদিৰ্শক আৰিফুল হক আৰু উপ-পৰদিৰ্শক এম থাদৈ সিংহ।

স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...
সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতঃ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভ উদ্বোধন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in