NEET-UG বিসংগতিঃ সুবোধ কুমাৰ সিঙক অপসাৰণ, তদন্তৰ দায়িত্ব অৰ্পণ চি বি আইক

NEET-UG বিসংগতিঃ সুবোধ কুমাৰ সিঙক অপসাৰণ, তদন্তৰ দায়িত্ব অৰ্পণ চি বি আইক
Published on
Updated on

ডিজিটেল ডেস্কঃ নেশ্যনেল টেষ্টিচিং এজেঞ্চি(NTA)ৰ সঞ্চালক প্রধানৰ দায়িত্বৰ পৰা সুবোধ কুমাৰ সিঙক অপসাৰণ। NEET-UGC বিসংগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অপসাৰণ কৰে সঞ্চালক প্ৰধানগৰাকীক। প্ৰাক্তন আই এ এছ প্ৰদীপ সিং খাৰোলাক NTA প্ৰধানৰ দায়িত্ব প্ৰদান কৰা হৈছে।

NEET-UG 2024 ত সংঘটিত হোৱা অনিয়মৰ বিতং তদন্তৰ ভাৰ চি বি আইলৈ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । উক্ত পৰীক্ষাত হোৱা অনিয়ম বিতৰ্ক অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ৷ পৰীক্ষা পদ্ধতিত সংস্কাৰ অনাৰ বাবে ইছৰোৰ প্ৰাক্তন মূৰব্বী কে ৰাধাকৃষ্ণনৰ নেতৃত্বত এখন ৭জনীয়া সমিতি গঠন কৰিছে। NTAৰ পৰীক্ষা পদ্ধতি , তথ্যৰ গোপনীয়তা,NTAৰ কাম কাজৰ ওপৰত চকু ৰাখিব এই বিশেষজ্ঞ সমিতিয়ে। পৰীক্ষা পদ্ধতিত প্ৰয়োজনীয় সংস্কাৰৰ ওপৰতো পৰামৰ্শ গিব এই সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in