-
শ্রীনিৱাস বি ভি লৈ অন্তৰ্ৱৰ্তীকালীন অগ্রিম জামিন
-
উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
-
শ্রীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনিছিল অংকিতা দত্তই
-
পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল জামিন আবেদন
-
তদন্তত সহযোগ কৰিব লাগিব বি ভি শ্রীনিৱাসে
-
২২ মে’ত উপস্থিত থাকিব লাগিব তদন্তকাৰী বিষয়াৰ ওচৰত
-
পৰৱৰ্তী সময়তো মাতিলে যাব লাগিব শ্রীনিৱাস
Also Read: অৱশেষত শুধৰণি কৰা হ'ল ফাট বিহুৰ স্মৰণিকাত মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী