-
সাংবিধানিক বিচাৰপীঠত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰৰ শুনানি
-
আজিৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ত আৰম্ভ হ’ব মূল শুনানি প্রক্রিয়া
-
সাংবিধানিক বিচাৰপীঠত ২য়টো গোচৰ হিচাপে তালিকাভুক্ত হৈছে উক্ত গোচৰটো
-
প্রথম গোচৰ হিচাপে তালিকাভুক্ত হৈছে মহাৰাষ্ট্রৰ ৰাজনৈতিক গোচৰটো
-
মহাৰাষ্ট্রৰ গোচৰটোৰ শুনানি শেষ হ’লে ভিত্তিবৰ্ষৰ গোচৰটোৰ শুনানি হ’ব