নিয়াৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত দুই যুৱক

নিয়াৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত দুই যুৱক
Published on
Updated on

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ৰ হাতত গ্ৰেপ্তাৰ দুই অভিযুক্ত। সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগত মঙলবাৰে ৰাজস্থানৰ পৰা দুজন যুৱকক নিয়াৰ এটি দলে গ্ৰেপ্তাৰ কৰে।

জানিব পৰামতে ৰাজ্যখনৰ চিতোৰগড় জিলাত নিয়াৰ দলটোৱে ধৃত দুই যুৱকৰ পৰা ভালেসংখ্যক বিস্ফোৰক সামগ্ৰীৰ লগতে আপত্তিজনক সামগ্ৰী জব্দ কৰে। নিয়া কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি উক্ত দুই অভিযুক্ত এছইউএফএ নামৰ সন্ত্ৰাবাদী সংগঠনৰে বিভিন্ন প্ৰকাৰে জড়িত বুলি উল্লেখ কৰে।

নিয়াৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত দুই যুৱক
হাতত কোৰ-বেলচা লৈ লুৰিণজ্যোতিৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in