নতুন বছৰৰ আৰম্ভণিতে গুৱাহাটীলৈ আহিব লগা কোহলী বাহিনীত কোন কোন আছে…

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে অসমলৈ আহি আহিব টীম ইণ্ডিয়া। ৫ জানুৱাৰীত গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ভাৰতৰ টী-২০ৰ মহাৰণ। এই মেচখনৰ বাবে ইতিমধ্যে সাজু হৈছে টীম ইণ্ডিয়া। গুৱাহাটীৰ খেলৰ বাবে দুয়োটা দল ২ জানুৱাৰীত বিশেষ বিমানযোগে আহি মহানগৰীত উপস্থিত হ'ব।

দেওবাৰ অথাৎ ৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব মেচখন। টী-২০ খেলৰ বাবে বিচিচিআয়ে ঘোষণা কৰা ভাৰতীয় দলত আছে-

  • বিৰাট কোহলী (অধিনায়ক)
  • ঋষভ পণ্ট (উইকেট কীপাৰ)
  • শিখৰ ধৱন
  • ৰবীন্দ্ৰ জাদেজা
  • কে এল ৰাহুল
  • মনীষ পাণ্ডে
  • জছপ্ৰীট বুমৰাহ
  • শ্ৰেয়ষ আয়াৰ
  • সঞ্জু ছেমছন
  • শিভম ডুৱে
  • যুজবেন্দ্ৰ চহল
  • কুলদ্বীপ যাদৱ
  • নৱদ্বীপ ছেইনী
  • ছাৰদুল ঠাকুৰ
  • ৱাচিংটন সুন্দৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in