পাঞ্জাবাৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ নিমিষতে জাহ গ’ল কেইবাটাও বাসগৃহ, ৩টা চিলিণ্ডাৰ বিস্ফোৰণ…

  • পাঞ্জাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
  • বতাহঘুলিত সংঘটিত হৈছিল এই অগ্নিকাণ্ড।
  • এই জুইত জাহ গ'ল কেইবাটাও বাসগৃহৰ লগতে এখন দোকান।
  • অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় অগ্নিকাণ্ডৰ ফলত।
  • আতংকময় পৰিৱেশ বিৰাজ কৰে অঞ্চলটোত।
  • অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in