দিল্লীত বিধ্বংসী অগ্নিকাণ্ডত আহত ১৪ জন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ডত আহত ১৪ জন
  • দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা কোম্পানীৰ অট্টালিকাত অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত আহত হৈছে ১৪জন লোক।
  • আহতসকলৰ ভিতৰত ১৩ গৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ লোক।
  • অট্টালিকাটোৰ এটা অংশ ভাগি যায়।
  • বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণত জুই।
  • উদ্ধাৰ অভিযান অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in