বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল, LIVE UPDATES

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল, LIVE UPDATES
  • বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল।
  • ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এই সংবাদমেল।
  • একাংশ আন্দোলনকাৰীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় জ্বলাই দিয়াৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ ৰঞ্জিত দাসৰ।
  • একাংশ আন্দোলনকাৰীয়ে জনতা ভৱন জ্বলাবলৈ চেষ্টা কৰিছিল।
https://www.facebook.com/RanjeetkrDass/videos/549216815659882/
  • বিজেপিৰ ৪২ লাখ কৰ্মকৰ্তা থকা লৈকে বিদেশী প্ৰৱেশ কৰিব নোৱাৰে অসমত।
  • ৰঞ্জিত দাসৰ দাবী জুইশলা লৈ আহিছিল একাংশ আন্দোলনকাৰীয়ে।
  • এইসকলৰ উদ্দেশ্য আছিল জনতা ভৱন জ্বলাই দিয়া।
  • তেওঁ এই ভিডিঅৰ দৃশ্য চোৱা বুলি দাবী কৰিছে।
  • আৰক্ষীয়ে পদক্ষেপ লোৱাৰ বাবেহে ৰক্ষা পৰে জনতা ভৱন।
  • এনে ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ চৰকাৰক আহ্বান।
  • কাক লৈ গণতান্ত্ৰিক আন্দোলনৰ আপত্তি নাই।
  • এই আন্দোলনৰ সুযোগ লৈ ৰাজনৈতিক দলে যি কৰিছে সেয়া ৰাইজে বিচাৰ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in