চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাইছিল মাওবাদীয়েঃ ৰঞ্জিত দাস

চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাইছিল মাওবাদীয়েঃ ৰঞ্জিত দাস
  • 'চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাইছিল মাওবাদীয়ে।'
  • সংবাদমেলত এই বিস্ফোৰণ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।
  • ক'লা পতাকা দেখুৱালেও ভয় নকৰে বিজেপিয়ে।
  • আৰক্ষীক আহ্বান ক'লা পতাকা দেখুওৱা সকলৰ বিৰুদ্ধে ল'ব নালাগে ব্যৱস্থা।
  • গণতান্ত্ৰিক আন্দোলনক মূল্য দিয়ে বিজেপিয়ে।
  • বিধায়কৰ ঘৰ জ্বলোৱা প্ৰসংগত কৃষক মুক্তিলৈ আঙুলি নেতাগৰাকীৰ।
  • বিজেপিৰ নেতৃক চুলিত ধৰি উলিয়াই আনিছিল একাংশ আন্দোলনকাৰীয়ে।
  • কোনো অবৈধ অনুপ্ৰৱেশকাৰীক 'কা'ই নিদিয়ে নাগৰিকত্ব।
  • ৰঞ্জিত দাসৰ মুখত অবৈধ অনুপ্ৰেৱশকাৰীৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in