পেভিলিয়নমুখী ৰোহিত! জয়ৰ বাবে ভাৰতক প্ৰয়োজন ১৮৬ ৰানৰ

পেভিলিয়নমুখী ৰোহিত! জয়ৰ বাবে ভাৰতক প্ৰয়োজন ১৮৬ ৰানৰ
  • পেভিলিয়নলৈ উভতিল ৰোহিত শৰ্মা।
  • হল্ডাৰৰ বলত চাই হপৰ হাতত কেচ তুলি দি পেভিলিয়নমুখী ৰোহিত।
  • ৬৩ টা বলত ৬৩ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই।
  • ক্ৰিজত নামিছে অধিনায়ক বিৰাট কোহলী।
  • ৬২ ৰানত খেলি আছে লোকেশ ৰাহুলে।
  • দেওবাৰে বাৰবাটী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত-ৱেষ্টইণ্ডিজৰ দ্বিতীয় এদিনীয়া।
  • ২২.৩ অভাৰত ভাৰতৰ স্ক'ৰ ১৩০ ৰান।
  • জয়ৰ বাবে ভাৰতক প্ৰয়োজন ১৮৬ ৰানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in