জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা…

জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা…
  • জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা।
  • 'চাণক্য' গ্ৰন্থৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী।
  • ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল জয়শ্ৰী গোস্বামীয়ে।
  • জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in