হঠাৎ অঘটন! মুম্বাইৰ পৰা উৰা মৰা যাত্ৰীবাহী বিমান নাগপুৰত জৰুৰী অৱতৰণ

হঠাৎ অঘটন! মুম্বাইৰ পৰা উৰা মৰা যাত্ৰীবাহী বিমান নাগপুৰত জৰুৰী অৱতৰণ
  • চিংগাপুৰমুখী ইণ্ডগ' বিমানত অঘটন।
  • মুম্বাইৰ পৰা উৰা মাৰিছিল বিমানখনে।
  • হঠাৎ বিমানখনত ইন্ধন নিৰ্গত হোৱাত বিমানখন অৱতৰণ কৰা হয় নাগপুৰত।
  • বিমানখনৰ কাৰিকৰী বিজুতি নিৰীক্ষণ কৰিছে অভিযন্তাই।
  • যাত্ৰীসকলৰ বাবে পিছত ব্যৱস্থা কৰা হয় এখন পৃথক বিমানৰ।
  • ৫ ঘন্টা পলমকৈ আন এখন বিমানেৰে যাত্ৰা কৰে যাত্ৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in