সোণাৰি চাহ বাগিচাৰ পৰিচালকৰ অপহৰণ কাণ্ডক লৈ শ্ৰমিকৰ অৱস্থান ধৰ্মঘট

সোণাৰি  চাহ বাগিচাৰ পৰিচালকৰ অপহৰণ কাণ্ডক লৈ শ্ৰমিকৰ অৱস্থান ধৰ্মঘট
Published on
Updated on
  • সোণাৰিৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালকৰ অপহৰণ কাণ্ডক লৈ বাগিচাখনৰ শ্ৰমিকৰ অৱস্থান ধৰ্মঘট।
  • ঘটনাৰ ৩৬ ঘণ্টা অতিক্ৰম কৰা পিছতো আৰক্ষীয়ে পৰিচালকজনৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত ক্ষোভ শ্ৰমিক, পৰিয়ালৰ লোকৰ লগতে দল-সংগঠনৰ।
  • আলফা স্বাধীনকো স্থিতি স্পষ্ট কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
  • উল্লেখ্য যে, বুধবাৰে পুৱা ৭.৩০ বজাত নোমল চন্দ্ৰ বৰুৱাক ৪ জন অপহৰণকাৰীয়ে পত্নী সন্মুখৰ পৰাই অপহৰণ কৰি নিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in