ডিজিটেল ডেস্ক: আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২ৰ আৰাম্ভণী। ভাৰতীয় দলত আছে অসমৰ ৭ গৰাকী সুযোগ্য সন্তান ।
বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা,লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া, মৃদুল বৰগোহাঁই।
৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপা, এথলেটিকছৰ ২০০ মিটাৰ, 4×100 ৰীলেত হিমা দাস হিমা দাসে খেলিব।