পেৰিছ অলিম্পিক : জয়েৰে অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ

পেৰিছ অলিম্পিক : জয়েৰে অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ
Published on
Updated on
  • পেৰিছত অসমীয়াৰ জয়গান।

  • জয়েৰে অলিম্পিক অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ।

  • বক্সিঙৰ ৭৫ কেজি শাখাত জয়লাভ অসম কন্যা লাভলীনাৰ।

  • প্ৰথমখন মেচত দুৰ্দান্ত বিজয় অসম কন্যাৰ।

  • লাভলীনাৰ হাতত পৰাস্ত নৰৱেৰ প্ৰতিদ্বন্দ্বী ছুনিভা হফষ্টাড।

  • ৯ আগষ্টত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in