২৮ত ৫০! কপিল দেৱৰ অভিলেখ ভংগ কৰিলে ঋষভ পন্টে

২৮ত ৫০! কপিল দেৱৰ অভিলেখ ভংগ কৰিলে ঋষভ পন্টে
Published on
Updated on

ডিজিটেল ডেস্ক: ভাৰতীয় টেষ্ট ক্ৰিকেটত নতুন অভিলেখৰ গৰাকী হ'ল ঋষভ পন্ট। ৪০ বছৰীয়া অভিলেখ ভংগ কৰে ঋষভ পন্টে গঢ়িলে নতুন ৰেকৰ্ড। টেষ্ট ক্ৰিকেটত  দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা অভিলেখৰ গৰাকী এতিয়া ঋষভ পন্ট।

বাংগালুৰত চলি থকা ভাৰত-শ্ৰী লংকাৰ  টেষ্ট শৃংখলাৰ দ্বিতীখন টেষ্টত ২৮ টা বলত অৰ্ধশতক সম্পন্ন কৰে ঋষভ পন্টে। ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ৩০টা বলত অৰ্ধশতক অৰ্জন কৰিছিল কপিল দেৱে। ১৯৮২ চনত কপিল দেৱে গঢ়া এই অভিলেখ ৪০ বছৰৰ পাছত ভংগ কৰিলে ঋষভ পন্টে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in