দিনৰ ১.২০ বজাঃ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত ছেমি ফাইনেল। টছত জিকি ইংলেণ্ডে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
দিনৰ ১-৩০ বজাঃ ভাৰতৰ হৈ কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ইনিংছ মুকলি কৰে।
দিনৰ ১-৩৭ বজাঃ কে এল ৰাহুলে ৫ বলত ৫ৰান কৰি পেভিলিয়নমুখী।
দিনৰ ১-৫৫ বজাঃ ৬ অভাৰত ভাৰতৰ ১টা উইকেটৰ বিনিময়ত ৩৮ ৰান।
দিনৰ ২-০৫ বজাঃ ৫৬ ৰানত ২টা উইকেটৰ পতন ভাৰতৰ। ২৭ ৰানত পেভিলিয়নমুখী ৰোহিত।
দিনৰ ২-১৯ বজাঃ ৭৫ ৰানত ৩টা ইউকেটৰ পতন ভাৰতৰ। ১০টা বলত ১৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী সূৰ্য কুমাৰ যাদৱ।
দিনৰ ২-৩৩ বজাঃ ১৫ অভাৰত ৩ উইকেটৰ বিনিময়ত ভাৰতে ১০০ ৰান সংগ্ৰহ কৰে।
দিনৰ ২-৫০ বজাঃ বিৰাট কোহলিৰ অৰ্ধশতক।৩৯টা বলত ৫০ ৰান কোহলিৰ। অৰ্ধশতক কৰি পেভিলিয়নমুখী বিৰাট।
দিনৰ ২-৫৭ বজাঃ হাৰ্ডিক পাণ্ডিয়াৰ বিস্ফোৰক অৰ্ধশতক। ২৯ বলত ৫২ ৰান অলৰাউণ্ডাৰ গৰাকীৰ। ১৯ অভাৰত ভাৰতৰ ১৫৬ ৰান।
দিনৰ ৩-০২ বজাতঃ ৬ৰান কৰি ৰান আউট ঋষভ পন্ট ।
দিনৰ ৩-০৫ বজাঃ প্ৰথম ইনিংছত নিৰ্ধাৰিত ২০ অভাৰত ভাৰতৰ ৬ উইকেটৰ বিনিময়ত ১৬৮ ৰান।
দিনৰ ৩-২২ বজাঃ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ প্ৰথম অভাৰত ১৩ ৰান সংগ্ৰহ।
দিনৰ ৩-৪৪ বজাঃ ৬ অভাৰত ৬৩ ৰান ইংলেণ্ডৰ।
দিনৰ ৩-৫৭ বজাঃ ৯ অভাৰত ৯১ ৰান ইংলেণ্ডৰ।
দিনৰ ৪-৩১ বজাঃ ১০ উইকেটত জয়লাভ ইংলেণ্ডৰ।