গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তৰ আত্মহত্যা…

গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তৰ আত্মহত্যা…
Published on
Updated on
  • গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তৰ আত্মহত্যা ।
  • অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যাক লৈ চাঞ্চল্য ।
  • চৰকাৰী আৱাসতে চিপ লৈ আত্মহত্যা জয়ন্ত দাসৰ ।
  • ২০০২ বেটছৰ এচিএচ আছিল অতিৰিক্ত উপায়ুক্তগৰাকী ।
  • দুমাহ পূৰ্বে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ত যোগদান ।
  • শাৰীৰিক অসুস্থতাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ ।
  • বিষয়াজনৰ ঘৰ গুৱাহাটীৰ বিৰুবাৰীত বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in