0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা পৰিৱেশকে সাধাৰণতে শৈক্ষিক পৰিৱেশ বুলি জনা যায়।শৈক্ষিক পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সময়ছোৱাত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈতিক অৱস্থা, মানৱ প্রমূল্য, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্দ্ধাৰণ কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব