0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
এখন গাঁৱৰপৰা এগৰাকী জীয়ৰী বিয়া হৈ স্বামী গৃহলৈ গুচি যোৱাৰ পাছত গাঁওখনৰ যিসকল বন্ধু-বান্ধৱী, অভিভাৱকৰ লগত শৈশৱ-কৈশোৰ-যৌৱনৰ সময় অতিবাহিত কৰিছিল, ৰং-ধেমালি কৰিছিল, জীৱনৰ দীক্ষা গ্ৰহণ কৰিছিল তেওঁলোকক পৰৱৰ্তী সময়ত একেলগে লগ পোৱাতো স্বাভাৱিকতে সম্ভৱ হৈ নুঠে। সময়ৰ তাগিদাত সকলোৱেই সোমাই পৰে নিজৰ ব্যস্ততাৰ বৃত্তত।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব