0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে ।মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ ১১ নং লাটৰ গাঁও প্ৰধান ছাইদুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । কেৱল অভিযোগ নহয়, উতকোচ লোৱাৰ ভিডিঅ' পোহৰলৈ আহিছে গাঁও প্ৰধান জনৰ বিৰুদ্ধে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব