0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
যোৱা ১৮ আৰু ১৯মে’ত গুৱাহাটী আই আই টিত এখনি গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হৈ যায়। দেশত নতুনকৈ প্ৰবৰ্তন হব লগা ৩খন আইন সন্দৰ্ভত আই আই টিত অনুষ্ঠিত হোৱা এই দুদিনীয়া সন্মিলনত ৰাজ্যৰ প্ৰশাসনিক তথা আৰক্ষী বিষয়াৰ লগতে সমাজৰ ভিন্নক্ষেত্ৰৰ বহুজনে অংশ লয়। কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশে এই সন্মিলনত অংশ লৈ প্ৰৱৰ্তন হ'বলগীয়া ৩খন আইনৰ বিষয়ে বিস্তৃতভাৱে বিৱৰণ আগবঢ়ায়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব