দুটা ভালুক পোৱালীয়ে অসমৰ ৰাজ্যিক চিৰিয়াখানাত বিলাইছে আনন্দ

দুটা ভালুক পোৱালীয়ে অসমৰ ৰাজ্যিক চিৰিয়াখানাত বিলাইছে আনন্দ
Published on
Updated on
  • অসম ৰাজ্যিক চিৰিয়াখানত সুখৰ বাতৰি বিলাইছে দুটি ভালুকৰ পোৱালীয়ে।
  • বৃহস্পতিবাৰে চিৰিয়াখানাখনত জন্ম হয় দুটা ভালুকৰ পোৱালীৰ।
  • জন্ম পোৱা ভালুকৰ পোৱালী দুটা হিমালয়ৰ ক'লা ভালুক প্ৰজাতিৰ।
  • এই ভালুকৰ প্ৰজাতিটো সমগ্ৰ বিশ্বতে দুস্প্ৰাপ্য।
  • তেনে দুস্প্ৰাপ্য ভালুক পোৱালী দুটাৰ ৰাজ্যিক চিৰিয়াখানা জন্ম পোৱাক লৈ আনন্দ প্ৰকাশ চিৰিয়াখানা কৰ্তৃপক্ষৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in