আজি ভাৰত জিম্বাবাৱে’ৰ প্ৰথম এদিনীয়া …

আজি ভাৰত জিম্বাবাৱে’ৰ প্ৰথম এদিনীয়া …
Published on
Updated on

ডিজিটেল ডেস্কঃ আঘাতৰ পৰা সুস্থ হৈ উঠা কে এল ৰাহুলৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটো সম্প্ৰতি জিম্বাবাৱে'ত আছে।

ভাৰতে দ্বিতীয় শাৰীৰ দল লৈ আজি হাৰাৰেত খেলি আছে প্ৰথম এদিনীয়া মেচ।বাতৰি লিখা পৰলৈকে প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে ৬টা উইকেটৰ বিনিময়ত ৮৮ ৰাণত বেটিং কৰি আছে।

উল্লেখযোগ্য যে,বিদেশৰ মাটিত ভাৰতৰ আকৰ্ষণীয় বলিং অব্যাহত আছে।অলৰাউণ্ডাৰ দীপক চহৰে বাতৰি লিখা পৰলৈকে ২৭ ৰাণত ৩টা উইকেট দখল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in