0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
"আই হেভ অলৱেইজ থট মাই বুকছ আৰ ম'ৰ ইন্টাৰেষ্টিং ডেন মাই লাইফ, দা ৱৰ্ল্ড এপিয়াৰছ টু ডিছএগ্ৰী" - এই বাক্যশাৰী বিখ্যাত আৰু বিতৰ্কিত লিখক চলমান ৰুশ্বডিৰ । এটা ফালে ক'লা চিচা লগোৱা এযোৰ চচমা পিন্ধি কৈছিল এই বাক্যশাৰী । এই বাক্যশাৰীৰ অন্তৰালতেই আছিল সকলো ঘটনাৰ সামগ্ৰিক অৰ্থ । এগৰাকী লিখকৰ বাবে সকলোতকৈ আকৰ্ষণীয় হয় একোখন গ্ৰন্থ । এই গ্ৰন্থতেই নিজৰ ইচ্ছা অনুযায়ী এক কল্পনাৰ জগতত বিচৰণ কৰিব পাৰে লিখক গৰাকীয়ে । কিন্তু তাৰ পাছতো নিজৰ জীৱনটো তাতোকৈ আকৰ্ষণীয় হোৱাৰ অৰ্থ সচাকৈয়ে চিন্তনীয় ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব