0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
কেৱল বৃদ্ধসকলেই নহয়, আজিকালি ভৰিৰ বিষত প্ৰায় সকলো বয়সৰ লোকেই শাস্তি ভূগিবলগীয়া হৈছে।ইয়াৰ কাৰণ পেশীৰ চাপ, সঠিক ৰক্ত সঞ্চালনৰ অভাৱ তথা শৰীৰৰ দুৰ্বল হাড় আদি বিভিন্ন হ'ব পাৰে। এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই ঔষধ গ্ৰহণ কৰে।ঔষধৰ সলনি আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিও ভৰিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব